কুমাৰ ভাস্কৰ বৰ্মা (Assamese) [ Roman: ku.mar bhas.kor bor.ma]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-23
1. Historial(Proper Noun-Common &/or Masculine) The last and most illustrious ruler of the Varman dynasty of Kamarupa Kingdom (600–650 AD). He came to power after his brother Supratisthita Varman had died. কুমাৰ ভাস্কৰ বৰ্মা, কামৰূপ ৰাজ্যত ৰাজত্ব কৰা বৰ্মণ ৰাজবংশৰ ৰজাসকলৰ মাজত প্ৰসিদ্ধ আছিল৷ তেওঁৰ ভাতৃ সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত বহে৷ ভাস্কৰ বৰ্মা চিৰকুমাৰ আছিল৷
English:
Assamese: